অর্থ : খাতা আদিত লিখা কার্য
উদাহরণ :
বকেয়া ধনৰাশি আপোনাৰ খাতাত লিপিবদ্ধ কৰা হৈছে
সমার্থক : অন্তর্ভুক্ত ্কৰা, লিপিবদ্ধ কৰা
অর্থ : (সংগীত) স্বৰ তীব্র কৰা
উদাহরণ :
গুৰু মাই ভজন গোৱাৰ সময়ত নিজৰ কণ্ঠৰ স্বৰ বহুত ওপৰত তোলে
সমার্থক : উঠোৱা