অর্থ : এজোপা উদ্ভিদ যাৰ গুটিৰ পৰা তেল ওলায়
উদাহরণ :
তিলৰ বীজ পূজা, জজ্ঞ আদিৰ কামত আহে
অর্থ : চালত নিজে নিজে হোৱা কʼলা বা ৰঙা ৰঙৰ এবিধ সৰু চিহ্ন বা দাগ
উদাহরণ :
তেওঁৰ ্ গালত কʼলা তিল আছে
অর্থ : নাৰীয়ে কʼলা ফোটৰ আকাৰত গাল, ঠুতৰি আদিত বিন্ধাই বনাই লোৱা চিহ্ন
উদাহরণ :
সীতাই নিজৰ গালত টেটু অঁ্কা তিৰোতাৰ দ্বাৰা তিল বনোৱাই আছে
সমার্থক : বিউটি স্পট
অর্থ : এজোপা উদ্ভিদৰ বীজ যাৰ পৰা তেল উলিওৱা হয়
উদাহরণ :
তেওঁ প্রতিদিন গা ধোৱাৰ পিছত তিলৰ তেল লগায়