সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : তপা হোৱা অৱস্থা
উদাহরণ : তপা হোৱা কাৰণে তেওঁক বৰ বয়সীয়াল যেন লাগিছে
সমার্থক : তপামূৰা
অর্থ : যিজনৰ মূৰ চুলি সৰি গৈছে
উদাহরণ : চার্কাচত এটা টকলাই সকলোকে আনন্দ দি আছিল
সমার্থক : টকলা
অর্থ : যাৰ মূৰত চুলি নাই
উদাহরণ : তেওঁ ্তপা ব্যক্তিজনৰ মূৰত বাৰে-বাৰে মৰিয়াই আছে
সমার্থক : টকলা, টকলামূৰা, তপামূড়া, তপামূৰা, তাপলীয়া, ধোৱা-মূলা, লঠৰু
অর্থ : যাৰ মূৰৰ চুলি সৰি গৈছে
উদাহরণ : কিছুমান তপা ব্যক্তিয়ে উইগ পৰিধান কৰে
ইনস্টল