সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা বা কামৰ গুণ-দোষ সম্পর্কীয় বিচাৰ কৰা
উদাহরণ : মহিলা আৰক্ষণৰ বিধেয়কখনৰ ওপৰত বহুত আলোচনা কৰা হৈছে
সমার্থক : আলোচনা, আলোচনা-বিলোচনা, মন্তব্য
অর্থ : কোনো বিষয়ক অলপ বিস্তৃতভাৱে বর্ণন্া কৰা গ্রন্থ
উদাহরণ : মায়ে ৰামায়ণৰ এটা টীকা পঢ়ি আছে
সমার্থক : টিপ্পনী, টীকা
ইনস্টল