সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ব্যক্তি বা বস্তুৰ প্রভাৱ বা গুণ উলিয়াই দিয়া
উদাহরণ : বাজীকৰজনে শিশুটোৰ শৰীৰৰ পৰা সাপৰ বিষ টানি আনিলে
সমার্থক : শুহি অনা
অর্থ : বলপূর্বকভ্াৱে নিজৰ ফাললৈ অনা
উদাহরণ : লʼৰা-ছোৱালীবোৰে গছৰ ডালত বান্ধি থোৱা ৰচীডাল টানি আছে
সমার্থক : টনা, তুলি অনা, তোলা
ইনস্টল