পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে টনা-আজোৰা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

টনা-আজোৰা   বিশেষ্য

অর্থ : কোনো বস্তু পাবৰ কাৰণে সমপর্যায়ৰ দলৰ মাজত হোৱা ভীষণ ্সংঘর্ষ

উদাহরণ : চৰকাৰ গঠন কৰিবৰ কাৰণে নেতাসকলৰ মাজত অৰিয়া-অৰি আৰম্ভ হৈছে

সমার্থক : অৰিয়া-অৰি

টনা-আজোৰা   ক্ৰিয়া

অর্থ : বস্তুবোৰৰ টনা-টনি বা সাল-সলনি পৰা কার্য

উদাহরণ : ৰেডিঅʼটোক টনা-আজোৰা নকৰিবা

সমার্থক : টনা-টনি