সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অতি বেগেৰে অহা বতাহ যাৰ বাবে চাৰিওফালে ধূলি উৰি আন্ধাৰে আৱৰি ধৰে
উদাহরণ : ধুমুহা-বতাহে মোৰ ঘৰৰ চালিখন উৰাই নিলে
সমার্থক : চাচি, ধুমুহা-বতাহবানাহ
অর্থ : তীব্রবেগী ধুমুহা
উদাহরণ : কালি অহা ধুমুহা-বতাহত কিমানযে জুপুৰী উছন হʼল
সমার্থক : ধুমুহা-বতাহ
ইনস্টল