সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজনে যুৱাৱস্থাত ভৰি ৰাখিছে
উদাহরণ : এজন ন-জোৱানে দৌৰি দৌৰি চোৰটোক ধৰিলে
সমার্থক : ন-জোৱান, নৱ-যুৱক, নৱযুৱক, যুৱা
অর্থ : ষোল্লৰ পৰা পয়ত্রিশ বছৰ বয়সৰ ভিতৰৰ পুৰুষ
উদাহরণ : ভাৰতীয় যুৱকসকল পাশ্চাত্য সংস্কৃতিৰ ধামখুমীয়াত উটি ভাহি গৈছে
সমার্থক : তৰুণ, যুৱ, যুৱক
অর্থ : সেনা বা ফৌজত থাকি যুদ্ধ কৰাজন
উদাহরণ : তেওঁ এজন ্ সাহসী সৈনিক
সমার্থক : চিপাহী, যুঁ্জাৰু, যোদ্ধা, সৈনিক, সৈন্য, ৰণুৱা
ইনস্টল