সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জুইশলা ভৰাই থোৱা সৰু আকাৰৰ বাকচ বিশেষ
উদাহরণ : ধুপকাঠি জ্বলাবৰ কাৰণে আইতাই দিয়াচলাইৰ পৰা জুইশলা উলিয়াই আছে
সমার্থক : দিয়াচলাই, মেচ, মেচ বক্স
অর্থ : মিহি কাঠৰ শলা যাৰ এটা মূৰত অকণমান গন্ধকৰ মিশ্রণ লগোৱা থাকে আৰু ইয়াক ঘর্ষণৰ ্ দ্বাৰা জুই জ্বলোৱা হয়
উদাহরণ : মমতাই জুইশলাৰে ধূপ জ্বলাইছে
সমার্থক : জুইশলা কাঠী, দিয়াচলাই কাঠী, মেচ-কাঠী
ইনস্টল