অর্থ : স্বর্গৰ অধিপতি বুলি গণ্য কৰা এজন দেৱতা
উদাহরণ :
বেদত ইন্দ্রৰ আৰাধনাৰ উল্লেখ আছে
সমার্থক : অমৰনাথ, অমৰপতি, ইন্দ্র, ইন্দ্রদেৱ, গোত্রভিৎ, ঘনবাহন, দেৱপতি, দেৱেন্দ্র, দেৱৰাজ, পাকশাসন, পুৰন্দৰ, বজ্রপাণি, বাসৱ, বৃত্রাৰি, মহেন্দ্র, মেঘবাহন, শচীন্দ্র, শচীপতি, সহস্রনয়ন, সহস্রলোচন, সহস্রাক্ষ, সুৰপতি, সুৰেন্দ্র, সুৰেশ, সুৰেশ্বৰ