সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কʼৰবাৰ পৰা পানী আহি জমা হোৱা ঠাই বা যি ঠাইত পানী জমা হয়
উদাহরণ : জলাশয়ত পদুম ফুল ফুলি আছে
সমার্থক : হ্রদ
অর্থ : পানীৰ ডাঙৰ কুণ্ড বা গাঁত
উদাহরণ : বেছি গৰমৰ কাৰণে এই পুখুৰীটোৰ পানী শুকাই গৈছে
সমার্থক : খাল, নাদ পুষ্কৰিণী, পুখুৰী, সৰসী, সৰোবৰ, হ্রদ
অর্থ : প্রাকৃতিকভাৱে হোৱা দীঘে-পথালিয়ে বহু ঠাই আগুৰি থকা জলভাগ
উদাহরণ : তেওঁ সৰোবৰত গা ধুই আছে
সমার্থক : ডুবি, ডোবা, তৰাগ, পুষ্কৰিণী, লেʼক, সৰসী, সৰোবৰ, হ্রদ
ইনস্টল