সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বাঁহ বা পাতল কামিৰে সজা সৰু, গোলাকাৰ গোটোঙা পাত্র
উদাহরণ : তেওঁ মূৰৰ ওপৰত পাচি লৈ পাচলি বেচি আছে
সমার্থক : টুকুৰী, পাচি, হোৰা
অর্থ : কাঠ বা ধাতুৰে সজা চাৰিকোণীয়া ঢাকোনযুক্ত পাত্র
উদাহরণ : এই বাকচটো কাপোৰেৰে ভৰি আছে
সমার্থক : চন্দুক, পেৰা, বক্স, বাকচ, বৰপেৰা
অর্থ : কাপোৰ, কাগজ আদিক ্ভাঁজ কৰি ৰখা কার্য
উদাহরণ : তেওঁ ্ভালদৰে কাপোৰ জাপে
সমার্থক : সামৰা
অর্থ : কাপোৰ, কাগজ আদিৰ তৰপ কৰা কার্য
উদাহরণ : শুই উঠিয়েই তেওঁ নিজৰ বিচনা চাদৰখন জাপিলে
সমার্থক : ভাঁজ কৰা
ইনস্টল