অর্থ : কোনো লোকৰ জন্ম হোৱা ঠাই বা দেশ অথবা যি ঠাই বা দেশত কোনো লোকৰ জন্ম হৈছে
উদাহরণ :
জন্মভূমিৰ ৰক্ষা কৰাটো আমাৰ সকলোৰে পৱিত্র ্কর্তব্য
সমার্থক : জনমভূমি, জন্ম স্থান, জন্মথলী, জন্মভূমি, মাতৃভূমি
অর্থ : যি স্থানত কাৰোবাৰ জন্ম হয়
উদাহরণ :
এই প্রপত্রত আপুনি অপোনাৰ জন্ম স্থানো লিখা ৰামৰ জন্মস্থান অযোধ্যা
সমার্থক : জন্মভূমি