সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো নগৰ বা দেশ আদিত বসতি কৰি অহা মানুহৰ সর্বমুঠ সংখ্যা
উদাহরণ : ভাৰতৰ জনসংখ্যা তীব্রগতিত বাঢ়িবলৈ ধৰিছে
সমার্থক : আবাদী
অর্থ : কোনো ঠাইত থকা বা বসবাস কৰা কোনো জীৱ মুঠ সংখ্যা
উদাহরণ : ভাৰতবর্ষত ্বাঘৰ জনসংখ্যা দিনে-দিনে কমি আহিবলৈ ধৰিছে
ইনস্টল