সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পাঁচ আৰু এক যোগ কৰিলে পোৱা সংখ্যা
উদাহরণ : তিনিয়ে তিনিয়ে ছয়
সমার্থক : ৬
অর্থ : ক্রিকেট খেলত খেলপথাৰৰ সীমা অতিক্রম কৰি গৈ বাহিৰত বল পৰিলে পোৱা ছয় ৰাণ
উদাহরণ : শচীনৰ ্আকর্ষণীয় শতকত চাৰিটা ছিক্সো আছিল
সমার্থক : ছিক্স
অর্থ : পাঁচ আৰু এক
উদাহরণ : পখিলাৰ ছয়খন ঠেং থাকে
সমার্থক : ষষ্ঠ, ৬
ইনস্টল