পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ছপা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ছপা   বিশেষ্য

অর্থ : কাঠ বা ধাতু আদিৰ সেই খণ্ড যাৰ ওপৰত কোনো আকৃতি আদি খোদিত কৰা হয় আৰু তাক অন্য কোনো বস্তুৰ ওপৰত ৰাখি হেঁচা দিলে খোদিত কৰা আকৃতিটো বহি যায়

উদাহরণ : মজদুৰে ছাপাৰে কাপোৰৰ ওপৰত নানা ধৰণৰ ছাপ তৈয়াৰ কৰি আছে

সমার্থক : ছাপা

অর্থ : ছপাৰ কাম

উদাহরণ : এতিয়া আপোনাৰ কিতাপৰ মুদ্রণ আৰম্ভ কৰা নাই

সমার্থক : মুদ্রণ