সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাঠ বা ধাতু আদিৰ সেই খণ্ড যাৰ ওপৰত কোনো আকৃতি আদি খোদিত কৰা হয় আৰু তাক অন্য কোনো বস্তুৰ ওপৰত ৰাখি হেঁচা দিলে খোদিত কৰা আকৃতিটো বহি যায়
উদাহরণ : মজদুৰে ছাপাৰে কাপোৰৰ ওপৰত নানা ধৰণৰ ছাপ তৈয়াৰ কৰি আছে
সমার্থক : ছাপা
অর্থ : ছপাৰ কাম
উদাহরণ : এতিয়া আপোনাৰ কিতাপৰ মুদ্রণ আৰম্ভ কৰা নাই
সমার্থক : মুদ্রণ
ইনস্টল