পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ছটিওৱা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ছটিওৱা   বিশেষ্য

অর্থ : কোনো তৰল পদার্থ ছটিওৱা কার্য

উদাহরণ : ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক

সমার্থক : সিঁচা

ছটিওৱা   ক্ৰিয়া

অর্থ : কোনো বস্তু ইফালে-সিফালে পেলোৱা

উদাহরণ : চিকাৰীয়ে ভৰিৰ তলত দানা ছটিয়াইছে

সমার্থক : সিঁচা

অর্থ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা

উদাহরণ : আঞ্জাত নিমখ ছটিয়াই দিয়া

সমার্থক : ছটিয়াই দিয়া

অর্থ : পানী আদিৰে মৰা চিটিকনি

উদাহরণ : খেতিয়কে খেতিত ঔষধ ছটিয়াইছে

সমার্থক : ছিটিকনি মৰা

অর্থ : পানী ছটিওৱা কার্য

উদাহরণ : ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে

সমার্থক : ছটিয়াই দিয়া

অর্থ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা

উদাহরণ : ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে

সমার্থক : বর্ষণ ্কৰা

অর্থ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা

উদাহরণ : খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে

সমার্থক : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা