অর্থ : কোনো তৰল পদার্থ ছটিওৱা কার্য
উদাহরণ :
ৰোগৰ পৰা শস্য ৰক্ষা কৰিবৰ কাৰণে ঔষধ ছটিওৱাটো আৱশ্যক
সমার্থক : সিঁচা
অর্থ : কোনো বস্তুত বা কোনো বস্তুৰ ওপৰত আন কোনো বস্তু পৰি পেলোৱা
উদাহরণ :
আঞ্জাত নিমখ ছটিয়াই দিয়া
সমার্থক : ছটিয়াই দিয়া
অর্থ : পানী ছটিওৱা কার্য
উদাহরণ :
ধূলি নুৰিবৰ কাৰণে মঙলীয়ে দুৱাৰৰ বাহিৰফালে পানী ছটিয়াইছে
সমার্থক : ছটিয়াই দিয়া
অর্থ : বৰষুণৰ পানীৰ দৰে ওপৰৰ পৰা বা অʼৰ তʼৰ পৰা অহৰহ অধিক মাত্রত কোনো বস্তু সৰি পৰা
উদাহরণ :
ছাবিশ জানুৱাৰীৰ দিনা হেলিকপ্তাৰে ফুল ছটিয়ালে
সমার্থক : বর্ষণ ্কৰা
অর্থ : গজিবলৈ খেতিত বীজ সিঁচৰতি কৰি পেলোৱা
উদাহরণ :
খেতিয়কে খেতি-পথাৰত ঘেঁহু সিঁচিছে
সমার্থক : গুটি ছটিওৱা, গুটি সিঁচা, সিঁচা