সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বিশেষ কার্য কৰিবলৈ বা খবৰ দিবৰ কাৰণে কʼৰবালৈ পঠোৱা ব্যক্তি
উদাহরণ : ভগৱান ৰামে অংগদক দূত হিচাপে ৰাৱণৰ ওচৰলৈ পঠিয়াইছিল
সমার্থক : কটকী, টেকেলা, দূত
অর্থ : হাতৰ তলুৱাৰে কৰা আঘাত
উদাহরণ : সি মোক এক চৰ মাৰিলে
সমার্থক : কৰতলাঘাত, চপেটাঘাত, চাপৰ, থাপ্পৰ, থাপৰ
ইনস্টল