অর্থ : চোৱাজিলেণ্ডৰ ভাষা
উদাহরণ :
চোৱাজি জুলুৰ লগত মিল থকা বান্টু পৰিয়ালৰ ভাষা
সমার্থক : চোৱাজি ভাষা
অর্থ : চোৱাজিলেণ্ডৰ নিবাসী
উদাহরণ :
হেৰোৱা চোৱাজিজনৰ অনুসন্ধানত তেওঁ ্ইয়ালৈ আহিছে
সমার্থক : চোৱাজিলেণ্ড বাসী, চোৱাজিলেণ্ড-বাসী, চোৱাজিলেণ্ডবাসী