অর্থ : কোনো ফেক্টৰী, ভৱন আদিৰ ওপৰৰফালে ধোঁৱা ওলাবৰ কাৰণে সজা ছেদযুক্ত চিমনি বিশেষ
উদাহরণ :
ফেক্টৰীৰ চিমনিৰ পৰা ধোঁৱা ওলায় আছে
অর্থ : বন্তিৰ চাৰিওফালে দিয়া স্বচ্ছ ঢাকনি বা আৱৰণ
উদাহরণ :
তেওঁ চিমনিৰ ছাই গুচাই আছে