সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাগজ বা কাপোৰ আদিত তোলা বা অঁ্কা ফুল আদিৰে যুক্ত
উদাহরণ : গম্বুজটোৰ উপৰিভাগত সুন্দৰভাৱে চিত্রিত কৰা
অর্থ : কোনো চিত্রত ্আঁচ ্টনা
উদাহরণ : দেৱালত পশু-পক্ষী চিত্রিত কৰা আছে
অর্থ : যাৰ বর্ণ্না কৰা হৈছে
উদাহরণ : ৰামায়ণত ভগৱান ৰামৰ চৰিত্র বিশেষভাৱে বর্ণিত আছে
সমার্থক : নিৰূপিত, বর্ণিত
অর্থ : যʼত চিহ্ন বা নিচান আছে
উদাহরণ : এই মুদ্রাটোৰ ওপৰত গান্ধীজীৰ প্রতিচ্ছবি অংকিত কৰা হৈছে
সমার্থক : অংকিত, চিহ্নিত
ইনস্টল