সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবালৈ খবৰ-বাতৰি জনাই লিখা বা বিৱৰণ আদি লিখা কাগজ
উদাহরণ : বন্দনাই নিজৰ প্রবাসী ভায়েকলৈ নিয়মীয়াকৈ চিঠি লিখে মন্ত্রীয়ে ৰাজদৰবাৰত দূতে অনা পত্র পঢ়িবলৈ ধৰিলে
সমার্থক : খত, চিঠি, পত্র, পত্রিকা
অর্থ : কাৰোবাক চিঠি লিখি ভাৱৰ আদান-প্রদান কৰা
উদাহরণ : ই-মেইল আৰু টেলিফোনৰ সুবিধাৰ কাৰণে আজিকালি চিঠি-পত্রৰ ব্যৱহাৰ কমি আহিল
সমার্থক : পত্রাৱলী
ইনস্টল