অর্থ : ফোহা আদি কাটি-চিঙি চিকিৎসা কৰা চিকিৎসক
উদাহরণ :
শল্যচিকিৎসকজনে ফোহাটো ফালি পূঁজখিনি উলিয়াই দিলে
সমার্থক : অস্ত্রচিকিৎসক, অস্ত্রবৈদ্য, অস্ত্রোপচাৰক, শল্যচিকিৎসক
অর্থ : কটা-চিঙা আদিৰে দেহৰ বিভিন্ন অংগৰ ৰোগ দূৰ কৰা ব্যক্তি
উদাহরণ :
শল্য-চিকিৎসকজন শল্যকর্মত ব্যস্ত হৈ আছে
সমার্থক : শল্য চিকিৎসক, শল্য-চিকিৎসক