অর্থ : স্ত্রীৰ উৰা বস্ত্র বা চাদৰ
উদাহরণ :
শশুৰেকৰ ঘৰলৈ যোৱাৰ সময়ত তেওঁ ্ৰঙা ওৰণি লৈ আছিল
সমার্থক : ওৰণি, ওৰণি লোৱা চাদৰ
অর্থ : বহলাই পাৰিব পৰা বা পিন্ধা-উৰা কৰিব পৰা দীঘল আৰু বহল কাপোৰ
উদাহরণ :
তেওঁ ্ বজাৰৰ পৰা এখন নতুন চাদৰ কিনি আনিলে