অর্থ : কোনো ব্যক্তি বা বস্তু আদিৰ ধ্যান ৰখা
উদাহরণ :
মোৰ বোৱাৰীজনীয়ে এতিয়া চাকৰি বাদ দি লʼৰা-ছোৱালী তথা ঘৰখন চম্ভালে
সমার্থক : চকু-কাণ দিয়া, দায়িত্ব বহন কৰা, পালন কৰা
অর্থ : কোনো কাম আদিৰ দায়িত্ব লোৱা
উদাহরণ :
নবোৱাৰীৰ দ্বাৰা ঘৰ চম্ভালা নাযায়
অর্থ : ৰোধ কৰি বশত অনা
উদাহরণ :
দুর্গুণৰ ্পৰা বাচিবৰ কাৰণে মই নিজকে বহুত চম্ভালিছোঁ
অর্থ : কোনো মনোবেগক বাধা দিয়া
উদাহরণ :
জীৱন-মৰণটো নিয়তিৰ খেল, আপুনি শোকাকূল নহʼব, নিজকে নিজে চম্ভালক
অর্থ : কোনো বস্তু ভালে আছে নে নাই চোৱা
উদাহরণ :
নিজৰ কাপোৰ চম্ভালা