পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে চকী শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

চকী   বিশেষ্য

অর্থ : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে

উদাহরণ : আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল

সমার্থক : পহৰা চকী

অর্থ : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়

উদাহরণ : যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল

সমার্থক : ডাক-চকী

অর্থ : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে

উদাহরণ : আমি চকীত দুশটকা দিবলগীয়া হʼল

সমার্থক : উপশুল্ক সংগ্রহ চকী

অর্থ : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন

উদাহরণ : দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে

সমার্থক : মাচিয়া