অর্থ : যি স্থানত পহৰা দিবৰ কাৰণে চিপাহী থাকে
উদাহরণ :
আজি চহৰৰ এটা পহৰা চকীত গাঞ্জাভর্তি ট্রাক ধৰা পৰিল
সমার্থক : পহৰা চকী
অর্থ : প্ৰাচীন কালত পথৰ দাতিত থকা সেই বিশিষ্ট স্থান যʼত যাত্ৰাৰ ঘোঁৰা, হৰকৰা বা আৰোহীসকলক সলোৱা হয়
উদাহরণ :
যাত্ৰা আৰামদায়ক কৰিবৰ কাৰণে ঠায়ে-ঠায়ে ডাক-চকী বনোৱা হৈছিল
সমার্থক : ডাক-চকী
অর্থ : যি ঠাইত বাহিৰৰ পৰা অহা বা বাহিৰলৈ যোৱা মালবস্তু আদিৰ ওপৰত লগোৱা কৰ লোৱাৰ কাৰণে কিছুমান মানুহ থাকে
উদাহরণ :
আমি চকীত দুশটকা দিবলগীয়া হʼল
সমার্থক : উপশুল্ক সংগ্রহ চকী
অর্থ : পিছ অংশত ্ আঁউজিবৰ বাবে সুবিধা থকা এক প্রকাৰ বহা আসন
উদাহরণ :
দেউতাই চকীত বহিত বাতৰি কাকত পঢ়ি আছে
সমার্থক : মাচিয়া