সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বন্দুকৰ নিচিনা অস্ত্রত গুলী চলাবৰ কাৰণে টানি বা হেঁচি ধৰা ছাবি বিশেষ
উদাহরণ : তেওঁ লক্ষ্য স্হিৰ কৰি ্ঘোঁৰা টিপি দিলে
সমার্থক : ট্রিগাৰ, লপলপী
অর্থ : দবা খেলৰ এক প্রকাৰৰ গুটি বা মোহৰা
উদাহরণ : তেওঁৰ ্এটা ঘোঁৰা মৰা পৰিল
অর্থ : ঘোঁৰাৰ মতা
উদাহরণ : সৈনিকে হয় ঘোঁৰা নহয় ঘোঁৰীত উঠি ফুৰি আছিল
সমার্থক : ঘোটক, মতা ঘোঁৰা
অর্থ : এক ধৰণৰ ওখ স্টুল যʼত উঠিবৰ বাবে চিৰি বনোৱা থাকে
উদাহরণ : ঘোঁৰাত উঠি বায়ে ফেন পৰিস্কাৰ কৰ আছে
ইনস্টল