পৃষ্ঠার ঠিকানা কপি করুন টুইটারে শেয়ার করুন হোয়াটসঅ্যাপে শেয়ার করুন ফেসবুকে শেয়ার করুন
এটা গুগল প্লে তে পাবেন
অসমীয়া অভিধান থেকে ঘণ্টা শব্দের অর্থ এবং উদাহরণ সমার্থক শব্দ এবং বিপরীতশব্দ সহ।

ঘণ্টা   বিশেষ্য

অর্থ : বিদ্যালয় আদিত অধ্যয়ন-অধ্যাপনাৰ দৃষ্টিৰে কোনো বিষয়ে যি নির্দিষ্ট সময়ত আলোচনা কৰা হয়

উদাহরণ : গণিতৰ অধ্যাপকজন নহাৰ কাৰণে আজি দ্বিতীয় ঘণ্টা খালী আছিল

সমার্থক : পিৰিয়ড

অর্থ : দিন-ৰাতিৰ চৌব্বিশ ভাগৰ এভাগ বা ষাঠি মিনিট সময়

উদাহরণ : গাড়ী এঘণ্টা পলমকৈ চলি আছে

অর্থ : এবিধ বিশেষ ধৰণৰ ধাতুৰে নির্মিত গোলাকাৰ বাজনা যʼত হাতুৰীৰে কোবাই শ্্ব্দ উলিওৱা হয়

উদাহরণ : ঘণ্টাৰ টং টং শ্্ব্দ শুনি লʼৰা-ছোৱালীবোৰে শ্রেণীকোঠা এৰি দৌৰিলে

অর্থ : এক ঘণ্টাত যিমান দূৰ যোৱা হয়, সিমান

উদাহরণ : মোৰ ঘৰলৈ ষ্টেছনৰ পৰা এঘণ্টাৰ বাট

অর্থ : ধ্বনি সৃষ্টি কৰিব পৰা সৰু উপকৰণ

উদাহরণ : ঘণ্টাৰ শ্্ব্দ শুনি ্তেওঁ দর্জা খুলি দিলে