অর্থ : বহুত ডাঙৰ শ্্ব্দ কৰা
উদাহরণ :
মেঘে গৰজিছে
অর্থ : খঙত ডাঙৰ শ্্ব্দ কৰা
উদাহরণ :
বাহিৰত থাকিলে ডিঙিত ভেকুলী বান্ধি থোৱা থাকে আৰু ঘৰত গৰজি থাকে
সমার্থক : গৰজি থকা
অর্থ : গিৰ-গিৰ শ্্ব্দ কৰা
উদাহরণ :
ৰৈ ৰৈ বিজুলী চমকি আছিল আৰু মেঘে গৰজি আছিল
সমার্থক : গর্জন ্কৰা, গিৰ-গিৰ কৰা