অর্থ : অস্ত্রৰ দৰে প্রয়োগ কৰিব পৰা এক ধৰণৰ ৰাসায়নিক পদার্থ
উদাহরণ :
নক্সালবাদীয়ে বোমা-বাৰুদৰ প্রয়োগ কৰি ডাঙৰ আক্রমণ কৰিছে
সমার্থক : বোমা-বাৰুদ
অর্থ : হিলৈ, বৰটোপ আদিত ভৰাই শত্রুৰ ওপৰত নিক্ষেপ কৰা লোহা, বাৰুদ আদিৰ গোলাকাৰ পিণ্ড
উদাহরণ :
সেনাই কিল্লাটো অধিকাৰ কৰিবলৈ কেইবা টন গোলা-বাৰুদ খৰচ কৰিলে