অর্থ : সঞ্চিত বা একত্রিত কৰা
উদাহরণ :
তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
সমার্থক : একত্রিত কৰা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
অর্থ : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
উদাহরণ :
খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
সমার্থক : একগোট কৰা, একত্রিত কৰা