সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি ঠাইত বস্তু আদি সংগ্রহ কৰি থোৱা হয়
উদাহরণ : এই খাদ্য-সামগ্রীখিনি গুদাম ঘৰত ৰখাৰ উপযোগী হৈছে
সমার্থক : গুদাম ঘৰ
অর্থ : পোচাকত লগোৱা চেপেটা টুকুৰা
উদাহরণ : আপোনাৰ কুর্তাটোৰ এটা বুটাম ছিগিল
সমার্থক : বুটাম, বুতাম
অর্থ : বস্তু বা সা-সম্পত্তি ৰখা ঘৰ:ভৰাঁল ঘৰত নিগনিৰ উৎপাত বাঢ়িছে
উদাহরণ :
সমার্থক : গুদাম ঘৰ, ভঁ্ৰাল, ভঁ্ৰাল ঘৰ, ভাণ্ডাৰ, মেৰ, মেৰ ঘৰ, ষ্টোৰ ৰুম
ইনস্টল