অর্থ : বস্তিৰ ঠেক ৰাস্তা বা দুয়োফালে ঘৰ আদি থকা ৰাস্তা
উদাহরণ :
বাৰানসী গলিৰে ভৰা চহৰ
সমার্থক : লুংলুঙীয়া বাট, সুৰুকীয়া বাট
অর্থ : গলিৰ নিচিনা সৰু ঠেক ৰাস্তা
উদাহরণ :
আমি ৰাজমহলত এটা গলিয়েদি প্রৱেশ কৰিলোঁ
সমার্থক : অলি-গলি, গলি ৰাস্তা, সৰফলা