অর্থ : কোট, কামিজ আদিৰ ডিঙি অংশৰ চাৰিওফালে থকা পটী
উদাহরণ :
তেওঁ ্ কলাৰ থিয় কৰি গৈ আছে
সমার্থক : কলাৰ
অর্থ : খোৱা আহাৰ পেটলৈ যোৱা আৰু শ্্ব্দৰ সৃষ্টি হোৱা ডিঙিৰ অংশ বিশেষ
উদাহরণ :
সমুদ্র মন্থনৰ পৰা ওলোৱা হলাহল পান কৰি ভগৱান শিৱৰ কণ্ঠ নীলা হৈ গৈছিল
সমার্থক : কণ্ঠ
অর্থ : গলি থকা এক অৱস্থা
উদাহরণ :
বৰফ গলাৰ কাৰণেই গংগা, ব্রহ্মপুত্র আদি নদী কেতিয়াও নুশুকায়