অর্থ : চাৰি মাহতকৈ কম সময়ৰ আগতে গর্ভ নষ্ট হোৱা কার্য
উদাহরণ :
কেতিয়াবা কেতিয়াবা আঘাত পোৱাৰ কাৰণে গর্ভ্্পাত হয়
সমার্থক : গর্ভ্্স্রাৱ
অর্থ : গর্ভৰ ্সন্তান নির্দিষ্ট সময়তকৈ আগেয়েই গর্ভৰ ্পৰা বাহিৰলৈ ওলাই অহা কার্য
উদাহরণ :
খটখটীৰ পৰা সৰি পৰাৰ কাৰণে বোৱাৰীৰ গর্ভ্্পাত হʼল