অর্থ : সমগ্র পৃথিৱীতে ব্যাপ্ত হৈ থকা আৰু প্রাণীয়ে উশাহ-নিশাহত ব্যৱহাৰ কৰা চকুৰে মনিব নোৱৰা কেৱল অনুভৱহে কৰিব পৰা এটা তৰপ:বায়ু অবিহনে জীয়াই থকা অসম্ভৱ
উদাহরণ :
সমার্থক : অগ্নিসখ, অনিল, গন্ধবাহ, জগতায়ু, নভঃশ্বাস, পৱন, বতাহ, বহ্নিমিত্র, বহ্নিসখ, বায়ু, মাতৰিশ্বা, মাৰুত, মৰুৎ, শ্্ব্দবহ, সদাগতি, সমীৰ, সমীৰণ, হাৱা