অর্থ : গৈ পোৱা ঠাই বা যি ঠাইলৈ যাবলগীয়া আছে
উদাহরণ :
ৰঞ্জনে এতিয়াও নিজৰ গন্তব্য স্থানত গৈ পোৱাগৈ নাই
সমার্থক : লক্ষ্য, লক্ষ্য স্থান
অর্থ : যʼত যাব লগা আছে
উদাহরণ :
আমি সুবিধানুসৰি নিজৰ গাড়ীৰে গন্তব্য স্থানলৈ যাব পাৰোঁ