সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কথা, ঘটনা বা বিষয়ৰ কোনো বিশেষ স্থিতি
উদাহরণ : খং উঠা অৱস্থাত কৰা কাম ভাল নহয়
সমার্থক : অৱস্থা, গতিক, দশা, ধৰণ, ধৰণ-কৰণ, পৰিস্থিতি, হাল, হালত, ৰূপ
অর্থ : যʼৰ পৰা কোনো কার্য, ্ঘটনা আদিৰ দিশ সলনি হয়
উদাহরণ : ইয়াৰ পৰা কাহিনীটোৱে এক নতুন মোৰ লয়
সমার্থক : মোৰ
অর্থ : প্রতি ঘণ্টাত অতিক্রম কৰা দূৰত্ব
উদাহরণ : গাড়ীখন ১০ কিলোমিটাৰ গতিৰে গৈছে
সমার্থক : তীব্রতা, বেগ
অর্থ : চলি যোৱা বা গতি কৰা কার্য
উদাহরণ : তেওঁ তীব্র গতিৰে কʼৰবালৈ গৈ আছে
ইনস্টল