অর্থ : বিষয়ববীয়াৰ হাতত শাসন ব্যৱস্থা ন্যস্ত থকা প্রণালী যʼত নীতি আদি নি্র্ধাৰণ কৰাৰ ক্ষেত্রত সকলোৰে সম-অধিকাৰ থাকে
উদাহরণ :
ভাৰতবর্ষ বিশ্বৰ সকলোতকৈ ডাঙৰ গণতান্ত্রিক দেশ
সমার্থক : প্রজাতন্ত্র
অর্থ : গণতন্ত্র সম্বন্ধীয় বা গণতন্ত্রৰ
উদাহরণ :
ভাৰত এখন গণতান্ত্রিক ৰাষ্ট্র
সমার্থক : প্রজাতান্ত্রিক, লোকতান্ত্রিক
অর্থ : যিটো গণতন্ত্রৰ সিদ্ধান্ত অনুসৰি হয়
উদাহরণ :
গণতান্ত্রিক শাসন-ব্যৱস্থাত প্রজা সন্তুষ্ট
সমার্থক : প্রজাতান্ত্রিক, লোকতান্ত্রিক