সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সৰু কোঠালি
উদাহরণ : আমাৰ পুৰণি ৰান্ধনিশালাত পাঁচটা খোটলি আছিল
সমার্থক : কুঠৰী, কোষ্ঠ
অর্থ : চাৰিওফালে বেৰ আদিৰে আৱৰি ৰখা ঘৰৰ সৰু অংশ:মোৰ কোঠাটো দুই নম্বৰ পথৰ সমীপতে আছে
উদাহরণ :
সমার্থক : কক্ষ, কামৰা, কুঠলি, কুঠৰী, কেবিন, কোঠা, কোঠালি, খোঁক, ৰূম
ইনস্টল