অর্থ : ভয় খুৱাই বা চক খুৱাই ইফালে-সিফালে ভগোৱা কার্য
উদাহরণ :
লʼৰা-ছোৱালীবোৰে জন্তুবোৰক চিঞৰি-বাখৰি খেদিলে
সমার্থক : উচাপ খুওৱা
অর্থ : কোনোৱে কʼৰবাৰ পৰা আঁতৰি যাবলৈ বাধ্য হোৱাকৈ কৰা কাম
উদাহরণ :
ভাৰতীয় বীৰসকলে শত্রুক খেদি পঠালে
সমার্থক : খেদি পঠোৱা