সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : শিল, কাঠ আদিৰে বনোৱা গোলাকাৰ, চাৰিচুকীয়া থিয় ওখ খণ্ড বা এনেকুৱা আকাৰৰ এক গঠন
উদাহরণ : স্তম্ভৰ পৰা ভগৱান নৰসিংহ আৱি্র্ভাব হৈছিল
সমার্থক : পিলাৰ, স্তম্ভ, স্থানু
অর্থ : পালেং, চকী আদিৰ তলত থকা সৰু স্তম্ভসদৃশ অংশ যাৰ সহায়ত তাৰ বাকী অংশ থিয় হৈ থাকে
উদাহরণ : এই পালেঙখনৰ এটা খুৰা ভাঙি থাকিল
সমার্থক : খুৰা
অর্থ : বিষাক্ত পোক-পতঙ্গ, জন্তু আদিয়ে দাতেৰে কামোৰা কার্য
উদাহরণ : খেতিয়কজনক খেতি-পথাৰত সাপে খুটিলে
সমার্থক : কামোৰা, ডকা
ইনস্টল