অর্থ : যিজন বেপাৰীয়ে কম-কমকৈ মালবস্তু কিনে বা বিক্রী কৰে
উদাহরণ :
শ্যাম এজন খুচুৰা বেপাৰী
সমার্থক : খুচুৰা ব্যৱসায়ী
অর্থ : যিজনে বেলেগকৈ, খুচুৰাকৈ বা কম কমকৈ মাল-বস্তু বা চুক্তিপত্র বেচে
উদাহরণ :
তেওঁ খুচুৰা দোকানীজনৰ পৰা দুই কিলো চাউল কিনিলে
সমার্থক : খুচুৰা দোকানী, গেলামালৰ দোকানী, মুদৈ