সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খুওৱা কার্য
উদাহরণ : শিশুটোক আহাৰ খুওৱা কাম হোৱাত তেওঁ গুচি গʼল
সমার্থক : খুওৱা কাম
অর্থ : খাবৰ কাৰণে ভোজ দিয়া
উদাহরণ : তেওঁ নিজৰ দেউতাকৰ শ্রাদ্ধত এহাজাৰ পণ্ডিত
সমার্থক : ভোজন কৰোৱা
অর্থ : কাৰোবাক নিজ হাতেৰে কিবা খুৱাই দিয়া কার্য
উদাহরণ : মাকে নিজৰ ্কেঁচুৱাটোক মৰমেৰে খুৱাই আছিল
সমার্থক : খুৱাই থকা
ইনস্টল