সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেৰ আদিত বিন্ধিবলৈ কাঠ, লোহা আদিৰে নির্মিত শকত পিন
উদাহরণ : সীতাই কাপোৰ ওলমাবলৈ বেৰত গজাল মাৰিছে
সমার্থক : গজাল, গোঁজ
অর্থ : সৰু আৰু চুটি খুঁ্টা
উদাহরণ : ৰতনে চৰণীয়া পথাৰৰ সো-মাজত এটা খুঁটি পুতি ছাগলীজনী বান্ধি দিলে
অর্থ : নাও বান্ধিবৰ কাৰণে ঘাট আদিত থকা ডাঙৰ খুটা বিশেষ
উদাহরণ : সদায় সন্ধিয়া হোৱাৰ লগে লগে নাৱিকে নাওখন খুঁটিত বান্ধি থয়
সমার্থক : নাও খুঁটি
ইনস্টল