সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তু আদিক কোনো অংশত জোৰেৰে সুমুৱাই দিয়া
উদাহরণ : মোহনে সোহনৰ পেটত চাকুৰে হানিলে
সমার্থক : বিদ্ধ কৰা, ভৰাই দিয়া, হনা, হানি দিয়া
অর্থ : কোমল অংশত কোনো জোঙা বস্তু আদি ভৰাই দিয়া
উদাহরণ : তেওঁ ্ মোৰ হাতত বেজীৰে খুঁচি দিলে
সমার্থক : খুঁচি দিয়া, সুমুওৱা, সুমুৱাই দিয়া
ইনস্টল