সদস্য হ’ব
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
উদাহরণ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
সমার্থক : কপি, বহী
অর্থ : পাটোৱাৰীৰ ওচৰত থকা (বিশেষভাৱে কৃষক আদিৰ কাৰণে) খাতা বহীৰ নকল
উদাহরণ : খেতিয়কজনে খাতা বহী লʼবলৈ পাটোৱাৰীৰ ওচৰলৈ গৈছে
অর্থ : আয় ব্যয় আদিৰ হিচাপ লিখা বহী
উদাহরণ : তেওঁ ্খাতা মেলি আয়-ব্যয়ৰ হিচাপ কৰি আছে
সমার্থক : বহী
ইনস্টল